মেঘালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগত পদখালী

মেঘালয়ৰ ৰিভই জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগত খালী হোৱা গাণনিক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
মেঘালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগত পদখালী
Published on

খালী পদৰ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ বি কম আৰু কম্পিউটাৰৰ টেলীৰ জ্ঞান থাকিব লাগিব। তদুপৰি চৰকাৰী গাণনিক কামত দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ২৫ ৰ পৰা ৪০ বছৰ।

নিযুক্তিৰ স্থানঃ নংপো।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৬-২০২১।

আবেদনৰ নিয়মঃ আনুসংগিক নথিপত্ৰৰ প্ৰত্যায়িত কপিসহ আবেদন পত্ৰ ১৮ জুন, ২০২১ৰ দিনৰ ১১ বজাৰ ভিতৰত পোৱাকৈ "Executive Engineer (PHE), Nongpoh Division, Nongpoh Cum Member Secretary Ri Bhoi District, Nongpoh" এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com