প্ৰধানমন্ত্ৰী আৱাস যোজনা, অসমত মহানগৰ প্ৰকল্প বিষয়াৰ পদখালী

এই বিষয়ে তলত অধিক তথ্য পাব।
প্ৰধানমন্ত্ৰী আৱাস যোজনা, অসমত মহানগৰ প্ৰকল্প বিষয়াৰ পদখালী
Published on

প্ৰধানমন্ত্ৰী আৱাস যোজনা, অসম (নগৰ)ত খালী হোৱা নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

পদসমূহঃ

ৰাজ্যিক প্ৰকল্প বিষয়া (Municipal Finance Expert) ।

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বিত্তত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। অথবা ৫-৭ বছৰৰ অভিজ্ঞতাসহ চাৰ্টাৰ্ড একাউণ্টেণ্ট হব লাগিব। তদুপৰি আনুসংগিক কামৰ অভিজ্ঞতা থাকিব লাগিব। স্থানীয় ভাষা ( অসমীয়া বা বাংলা অথবা বড়ো)ত বিস্তৃত জ্ঞান থাকিব লাগিব।

মহানগৰ প্ৰকল্প বিষয়া (MIS Specialist)।

খালী পদৰ সংখ্যাঃ ০৭টা।

শিক্ষাগত অৰ্হতাঃ ইঞ্জিনীয়াৰিং( চিভিল)ৰ স্নাতক বা স্নাতকোত্তৰ হব লাগিব। অথবা কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ এপ্লিকেচন, আই টিত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট কামত অভিজ্ঞতা থাকিব লাগিব। লগতে স্থানীয় ভাযাত দখল থাকিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৯-২০২১ৰ সন্ধিয়া ৬ বজালৈ।

বয়সৰ সীমাঃ ২৭ ৰ পৰা ৪৫ বছৰ।

ৱেবছাইটঃ https://pmayassam.in ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com