Begin typing your search above and press return to search.

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিষয়া পদ খালী়

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিম্নোক্ত বিষয়া পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিষয়া পদ খালী়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2021 9:46 AM GMT

পদসমূহঃ

১) ৰাজ্যিক প্ৰকল্প বিষয়া ।

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৩০-৪৫ বছৰ।

দৰমহাঃ এক লাখ টকাৰ লগতে ভ্ৰমণ বানচ আদি।

নিযুক্তিৰ স্থানঃ অসম।

শিক্ষাগত অৰ্হতাঃ চিভিল বা কৃষি অভিযান্ত্ৰিকত বি টেক। লগতে প্ৰতিষ্ঠানত এন আৰ এম প্ৰকল্প বা আন্তঃগাঁথনি প্ৰকল্পত কাম কৰাৰ ন্যূনতম ৮ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইংৰাজী, হিন্দী আৰু স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।


২) ৰাজ্যিক প্ৰকল্প বিষয়া (জীৱন জীৱিকা)।

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৩০-৪৫ বছৰ।

দৰমহাঃ এক লাখ টকাৰ লগতে ভ্ৰমণ বানচ আদি।

নিযুক্তিৰ স্থানঃ অসম।

শিক্ষাগত অৰ্হতাঃ কৃষি অৰ্থনীতি /উদ্যান শস্য / কৃষি বনানীকৰণ/কৃযি অৰ্থনীতি /বনানীকৰণৰ স্নাতকোত্তৰ ডিগ্ৰী। লগতে কৃষি আৰু ইয়াৰ সংলগ্ন ক্ষেত্ৰত কাম কৰাৰ ন্যূনতম ৮ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইংৰাজী, হিন্দী আৰু স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।


৩ ) জিলা সমন্বয়ক (এন আৰ এম)।

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ২৭ -৪০ বছৰ।

দৰমহাঃ ৭৫ হেজাৰ টকাৰ লগতে ভ্ৰমণ বানচ আদি।

নিযুক্তিৰ স্থানঃ অসম।

শিক্ষাগত অৰ্হতাঃ চিভিল বা কৃষি অভিযান্ত্ৰিকত বি টেক। লগতে প্ৰতিষ্ঠানত এন আৰ এম প্ৰকল্প বা গ্ৰামীণ আন্তঃগাঁথনি প্ৰকল্পত কাম কৰাৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইংৰাজী, হিন্দী আৰু স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।


https://rural.assam.gov.inৰ পৰা প্ৰাৰ্থীয়ে আবেদন জনাব পাৰে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১ অক্টোবৰ, ২০২১।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।



Next Story
চাকৰি