Begin typing your search above and press return to search.

অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2021 6:00 AM GMT

পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ আয়ুক্তই, ৰাজ্যিক কৰ্সূমচী প্রবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ৰাজ্যিক কৰ্মসূচী প্রবন্ধক।

খালী পদৰ সংখ্যা : ০১টা।

বয়স : ৪০বছৰ (আবেদন দাখিলৰ অন্তিম দিনৰ মতে)

দৰমহা : ৭৫,০০০/- টকা (মাহিলী)।

ভ্ৰমণ বানচ : ৫০০/- টকা (মাহিলী)।

টেলিফোন আৰু ইণ্টাৰনেটৰ অধিমূল্য : ২৫০/- টকা, মাহিলী

নিযুক্তিৰ স্থান : অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/১০/২০২১

অৰ্হতা :

পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ, ৰাজ্যিক কাৰ্য-সূচী প্রবন্ধকৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী B. Tech (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা)/ B.E. (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা) ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা:

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী পৰামৰ্শকাৰী খণ্ডত ৭বছৰীয়া অভিজ্ঞতাৰে পৰিপক্ক হ'ব লাগিব।

• M. Tech (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা)/ M. E. (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা) ডিগ্ৰীধাৰী থকা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে নিম্নোক্ত ৱেবচাইটৰ সহায়ত অনলাইনযোগে নিজৰ আবেদন দাখিল কৰিব পাৰিব।

ৱেবচাইট : https://rural.assam.gov.in/

আবেদন দাখিল কৰাৰ সময় সীমা : ৭অক্টোবৰ ২০২১ৰ পুৱা ৯বজাৰ পৰা ২৫অক্টোবৰ ২০২১, বিয়লি ৬বজা লৈকে।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি