পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ আয়ুক্তই, ৰাজ্যিক কৰ্সূমচী প্রবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : ৰাজ্যিক কৰ্মসূচী প্রবন্ধক।
খালী পদৰ সংখ্যা : ০১টা।
বয়স : ৪০বছৰ (আবেদন দাখিলৰ অন্তিম দিনৰ মতে)
দৰমহা : ৭৫,০০০/- টকা (মাহিলী)।
ভ্ৰমণ বানচ : ৫০০/- টকা (মাহিলী)।
টেলিফোন আৰু ইণ্টাৰনেটৰ অধিমূল্য : ২৫০/- টকা, মাহিলী
নিযুক্তিৰ স্থান : অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/১০/২০২১
অৰ্হতা :
পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ, ৰাজ্যিক কাৰ্য-সূচী প্রবন্ধকৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী B. Tech (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা)/ B.E. (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা) ডিগ্ৰীধাৰী হ'ব লাগিব।
অভিজ্ঞতা:
• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী পৰামৰ্শকাৰী খণ্ডত ৭বছৰীয়া অভিজ্ঞতাৰে পৰিপক্ক হ'ব লাগিব।
• M. Tech (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা)/ M. E. (কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবদ্যা) ডিগ্ৰীধাৰী থকা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব।
আবেদন প্ৰক্ৰিয়া :
এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে নিম্নোক্ত ৱেবচাইটৰ সহায়ত অনলাইনযোগে নিজৰ আবেদন দাখিল কৰিব পাৰিব।
ৱেবচাইট : https://rural.assam.gov.in/
আবেদন দাখিল কৰাৰ সময় সীমা : ৭অক্টোবৰ ২০২১ৰ পুৱা ৯বজাৰ পৰা ২৫অক্টোবৰ ২০২১, বিয়লি ৬বজা লৈকে।