অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পদ খালী

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত গ্ৰাম্য উন্নয়ন ৱস্থাপনা পেচাiদাৰী ( RDMP)ৰ ৬ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পদ খালী

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়েঃ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুখ্যতঃ জীৱিকা অৰ্জনৰ সুযোগ বৃদ্ধি কৰা, দীৰ্ঘম্যাদী দৰিদ্ৰতা দূৰ কৰা, সামাজিক সুৰক্ষা প্ৰদান কৰা, আৰু গ্ৰাম্য দৰিদ্ৰ পৰিয়ালবোৰৰ অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ বাবে কাম কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যখনৰ দৰিদ্ৰতাৰ পৰা মানুহক উত্তৰণৰ উদ্দেশ্যে  অধিকাৰ-আধাৰিত আইনৰ শক্তিৰ জৰিয়তে গ্ৰাম্য দৰিদ্ৰ লোকসকলক শক্তিশালী কৰি ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পদ খালীঃ

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত শ্যামা প্ৰসাদ মুখাৰ্জী নগৰ মিছন ( (SPMRM) -ৰ অধীনত গ্ৰাম্য উন্নয়ন ৱস্থাপনা পেচাiদাৰী ( RDMP)ৰ ৬ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম 

গ্ৰাম্য উন্নয়ন ব্যৱস্থাপনা পেচাiদাৰী ( RDMP) । 

খালী পদৰ সংখ্যা

০৬ টা। 

দৰমহা

মাহিলী ৩১ হেজাৰ টকাৰ পৰা ৩৫ হেজাৰ টকা। 

কৰ্মৰ স্থান

চাৰিখন জিলাৰ ৬ টা মণ্ডল ক্ৰমে কাৰ্বি আংলঙৰ ফুলনী, বোকাজান আৰু ডিফুত, বাকচা জিলাৰ তামুলপুৰত আৰু কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত। 

আবেদনৰ প্ৰক্ৰিয়া 

 অনলাইন 

বয়সৰ সীমা 

২০২২ৰ ১ জানুৱাৰীত ২৫ ৰ পৰা ৪০ বছৰ। 

বয়সৰ ৰেহাই 

-

আবেদন মাচুল 

তথ্য উপলব্ধ নহয়। 

আবেদন গ্ৰহণৰ আৰম্ভণিৰ তাৰিখ

৩১ ডিচেম্বৰ, ২০২১। 

আবেদন অন্তিম তাৰিখ

১৪ জানুৱাৰী, ২০২২। 

শিক্ষাগত অৰ্হতা:  প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা গ্ৰাম্য উন্নয়ন/গ্ৰাম্য ব্যৱস্থাপনা /কৃষি বা সমাজ বিজ্ঞানৰ  Social Sciences স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

তদুপৰি চৰকাৰী খণ্ডৰ কামত ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। হিন্দী, ইংৰাজী আৰু স্থানীয় ভাষাৰ জ়্ান থাকিব লাগিব। কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ৩১ ডিচেম্অবৰ, ২০২১ৰ পৰা অহা ১৪ জানুৱাৰী, ২০২২ৰ ভিতৰত https://rural.assam.gov.in-ৰ পৰা আবেদন জনাব পাৰে।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com