ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান কলকাতাত পোষ্ট ডক্টৰেল ফেল্ল'ৰ পদ খালী

আই এছ আই কলকাতাত পোষ্ট ডক্টৰেল ফেল্ল'ৰ খালী পদত নিযুক্তিৰ আবেদন পত্ৰ বিচৰা হৈছে
ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান কলকাতাত পোষ্ট ডক্টৰেল ফেল্ল'ৰ পদ খালী
Published on

আই এছ আই কলকাতা :

ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান ভাৰতীয় সাংসদৰ অধিনিয়ম ১৯৫৯ৰ অধীনত ৰাষ্ট্ৰৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ৰূপে পৰিগণিত এখন উচ্চ শিক্ষা আৰু গৱেষণাৰ এখন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ স্থাপন কৰা হৈছিল প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ দ্বাৰা প্ৰেচিদেন্সী মহাবিদ্যালয়, কলকাতাৰ এখন পৰিসাংখ্যিক গৱেষণাগাৰ ৰূপে। এই অনুষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৩১চনত। পৰিসাংখ্যৰ ওপৰত প্ৰাধান্য দিয়া এই প্ৰতিষ্ঠান ভাৰতৰ সবাটোতকৈ পুৰণি প্ৰতিষ্ঠান।

এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক মহালানবিছ খুবেই উৎসাহিত হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ব্ৰজেন্দ্ৰনাথ চিলৰ জ্ঞান আৰু নিৰ্দেশনা সমূহৰ পৰা। তেওঁ প্ৰতিনিধিত্বৰ অধীনত এই প্ৰতিষ্ঠানে অতি শীঘ্ৰেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ত ই কম্পিউটাৰ জ্ঞান, পৰিসাংখ্যিক আদিৰ প্ৰশিক্ষণৰ বাবে এখন লেখত লব লগীয়া প্ৰতিষ্ঠান।

আই এছ আই কলকাতাত শেহতীয়া পদ খালী :

আই এছ আই কলকাতাত শেহতীয়া ভাৱে পোষ্ট ডক্টৰেল ফেল্ল'ৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল।

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম

 পোষ্ট ডক্টৰেল ফেল্ল'

খালী পদ

 ০১

বয়স

ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান কলকাতাৰ অফিচিয়েল ৱেবচাইট অনুসৰি আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ৩৫বছৰ হ'ব লাগিব, ০১/১২/২০২১ৰ মতে

দৰমহা

 ৫০,০০০/- টকা

অৱস্থান 

কলকাতা, পশ্চিম বেংগল

অন্তিম তাৰিখ

৩১/১২/২০২১

আৱেদন মাছুল

নিল

শিক্ষাগত অৰ্হতা :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ জ্ঞান/ ইলেকট্ৰিকেল/ ইলেকট্ৰনিক্স বিভাগত ৬০% নম্বৰ সহ Ph. D উত্তীৰ্ণ হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে আই এছ আই কলকাতাৰ অফিচিয়েল ৱেবচাইট isical.ac.in যোগে অন্তিম তাৰিখ ৩১/১২/২০২১ৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ জমা কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com