ICICI বেংকত, পদখালি

ICICI বেংকত, প্ৰবেচনাৰী বিষয়াৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।
ICICI বেংকত, পদখালি
Published on: 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : প্ৰবেচনাৰী বিষয়া

দৰমহা : ICICI বেংকৰ নিয়মাৱলী অনুসৰি

বয়স : ২৭বছৰ (১ আগষ্ট ২০২১তাৰিখ লৈকে ২৭বছৰ হ'ব লাগিব)

অৱস্থান : সমগ্র ভাৰততে

অন্তিম তাৰিখ : ৩০/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : অনলাইন

ৱেবচাইট : www.icicibank.com

অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী অনুষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিয়ে ICICI বেংকৰ অফিচিয়েল ৱেবচাইটৰ দ্বাৰা নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com