চাকৰি
পাৱাৰগ্ৰীড কৰ্প'ৰেচন অৱ ইণ্ডিয়াত এপ্ৰেণ্টিচ নিযুক্তি
পাৱাৰগ্ৰীড ইণ্ডিয়াই এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ১১৪টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৬-২০২০।
লিখিত পৰীক্ষা আৰু সাক্ষাত্কাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব।
সবিশেষ জানিবলৈ https://www.powergridindia.com চাওক।
আৰু পঢ়িব পাৰেঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন