Begin typing your search above and press return to search.

পাৱাৰগ্ৰীডৰ সহকাৰী প্ৰশিক্ষাৰ্থী বিষয়া নিযুক্তি

পাৱাৰগ্ৰীডে সহকাৰী প্ৰশিক্ষাৰ্থী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পাৱাৰগ্ৰীডৰ সহকাৰী প্ৰশিক্ষাৰ্থী বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 July 2020 6:05 AM GMT

খালী পদৰ সংখ্যাঃ ২টা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

বয়সৰ সীমাঃ ০৬-০৮-২০২০ত সৰ্বোচ্চ ২৮বছৰ। প্ৰাৰ্থীৰ জন্ম ০৭-০৮-১৯৯২ বা তাৰ পাছত হ'ব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৮-২০২০।

সবিশেষ জানিবলৈ http://www.powergridindia.com/sites/default/files/Detailed Advt_AOT-CS_0.pdf চাওক।

Next Story
চাকৰি