গুৱাহাটীত পাৱাৰগ্ৰীডৰ কোম্পানী ছেক্ৰেটাৰী নিযুক্তি

পাৱাৰগ্ৰীডে গুৱাহাটীত ঠিকা ভিত্তিক কোম্পানী ছেক্ৰেটাৰী নিযুক্তিৰ বাবে অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
গুৱাহাটীত পাৱাৰগ্ৰীডৰ কোম্পানী ছেক্ৰেটাৰী নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ০৫টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ২০ হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ২৯ বছৰ।

অৰ্হতাঃ Institute of Company Secretaries of India (ICSI)ৰ সহযোগী সদস্য হব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।

আবেদনৰ নিয়মঃ www.powergridindia.com -> Career Section ->Job opportunities চাওক আৰু অনলাইনযোগে আবেদন জনাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com