চাকৰি
গুৱাহাটীত পাৱাৰগ্ৰীডৰ কোম্পানী ছেক্ৰেটাৰী নিযুক্তি
পাৱাৰগ্ৰীডে গুৱাহাটীত ঠিকা ভিত্তিক কোম্পানী ছেক্ৰেটাৰী নিযুক্তিৰ বাবে অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ০৫টা।
দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ২০ হেজাৰ টকা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ২৯ বছৰ।
অৰ্হতাঃ Institute of Company Secretaries of India (ICSI)ৰ সহযোগী সদস্য হব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।
আবেদনৰ নিয়মঃ www.powergridindia.com -> Career Section ->Job opportunities চাওক আৰু অনলাইনযোগে আবেদন জনাওক।
আৰু চাব পাৰেঃ গুৱাহাটী বিশ্ববিদ্যালয়ত পশু চিকিত্সকৰ পদখালী