Begin typing your search above and press return to search.

পাৱাৰগ্ৰীড কৰ্পাৰেছন অফ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২০

POWERGRID

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-08T19:10:20+05:30

পাৱাৰগ্ৰীড কৰ্পাৰেছন অফ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২০

পদৰ নাম - এপাৰেটিক

পদৰ সংখ্যা -১৩৭

বিভিন্ন বিভাগৰ পদ সমূহ --

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং স্নাত -- ১৫ টা পদ

চিভিল ইঞ্জিনীয়াৰিঙত স্নাতক --- ১০ টা পদ

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লমা -- ৩৭ ট পদ

চিভিল ইঞ্জিনীয়াৰিঙত ডিপ্লমা ---২৫ টা পদ

আই টি আই - ৩৫ টা পদ

দৰমহা- ১০,০০০ ৰ পৰা ১৫,০০০

কেনেদৰে আৱেদন জনাব - ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ৱেবছাইটৰ দ্বাৰা আবেদন জনাব পাৰিব---

https://www. powergridindia.com/engagement-of-apprentices

অন্তিম তাৰিখ -৩০-০৬-২০২০

অধিক জানিবৰ বাবে : click here

Next Story