Begin typing your search above and press return to search.

বিভিন্ন বিভাগৰ অধ্যাপক নিযুক্তিৰ বাবে প্ৰাগজ্যোতিষ কলেজৰ আবেদন আহ্বান

গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজে বিভিন্ন শাখাৰ সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বিভিন্ন বিভাগৰ অধ্যাপক নিযুক্তিৰ বাবে প্ৰাগজ্যোতিষ কলেজৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-14T17:15:51+05:30

পদসমূহঃ

সহকাৰী অধ্যাপক( ৰসায়ন বিজ্ঞান)

খালীপদৰ সংখ্যাঃ ১টা।

ৰষ্টাৰ পইণ্টঃ ১৪।

সহকাৰী অধ্যাপক(পদাৰ্থ বিজ্ঞান)

খালীপদৰ সংখ্যাঃ ১টা।

ৰষ্টাৰ পইণ্টঃ ০১।

সহকাৰী অধ্যাপক

খালী পদৰ সংখ্যাঃ ১টা।

পষ্টাৰ পইণ্টঃ ০৭।

সহকাৰী অধ্যাপক(পদাৰ্থ বিজ্ঞান)

খালী পদৰ সংখ্যাঃ ১টা।

ৰষ্টাৰ পইণ্টঃ ১৬.৫।

সহকাৰী অধ্যাপক(প্ৰাণী বিজ্ঞান)

খালী পদৰ সংখ্যাঃ ১টা।

ৰষ্টাৰ পইণ্টঃ ২৪।

সহকাৰী অধ্যাপক(উদ্ভিদ বিজ্ঞান)

খালীপদৰ সংখ্যাঃ ১টা।

ৰষ্টাৰ পইণ্টঃ ৬৭.৭।

সহকাৰী অধ্যাপক(ভূ-তত্ব)

খালী পদৰ সংখ্যাঃ১টা।(পাহাৰীয়া অনুসূচিত জনজাতি)

ৰষ্টাৰ পইণ্টঃ ৭০.৮।

সহকাৰী অধ্যাপক(বাংলা)

খালীপদৰ সংখ্যাঃ ১টা। (এছ টি-পাহাৰীয়া)।

সহকাৰী অধ্যাপক(ইংৰাজী)

খালী পদৰ সংখ্যাঃ ১টা।(অ বি চি-এম অ বি চি)

ৰষ্টাৰ পইণ্টঃ ১৭।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ https://pragjyotishcollege.ac.in/applications-are-invited-for-direct-recruitment-to-sanctioned-posts-of-assistant-professor-in-various-departments-2/চাওক।

Next Story