প্ৰসাৰ ভাৰতীৰ কণ্টেণ্ট এক্সিকিউটিভ নিযুক্তি

প্ৰসাৰ ভাৰতীয়ে কণ্টেণ্ট এক্সিকিটিভ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
প্ৰসাৰ ভাৰতীৰ কণ্টেণ্ট এক্সিকিউটিভ নিযুক্তি
Published on: 

প্ৰসাৰ ভাৰতীয়ে কণ্টেণ্ট এক্সিকিটিভ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৭টা।

দৰমহাঃ ২০হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৭-২০২০।

সবিশেষ জানিবলৈ www.prasarbharati.gov.in চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com