FCSCA অসম নিযুক্তি ২০২১ - সভাপতি, সদস্যৰ পদ খালী

খাদ্য যোগান আৰু উপভুক্তা এফেয়াৰ বিভাগত সভাপতি, সদস্যৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে
FCSCA অসম নিযুক্তি ২০২১ - সভাপতি, সদস্যৰ পদ খালী

খাদ্য যোগান আৰু উপভুক্তা এফেয়াৰ বিভাগ :

খাদ্য যোগান আৰু উপভুক্তা এফেয়াৰ বিভাগ, হৈছে অসম চৰকাৰৰ অধীনত পৰিচালিত হোৱা এক বিভাগ। এই বিভাগৰ প্ৰধান কৰ্তব্য হৈছে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা এফেয়াৰৰ তত্বাৱধান কৰা। যাৰ দ্বাৰা সাধাৰণ দামৰ স্তৰ নিয়ন্ত্ৰণ অৱস্থাত থাকে আৰু দৰকাৰী বস্তু সমূহৰ যোগান তাৰ দৰকাৰৰ অনুসৰি ধৰিব পৰা যায়।

এই বিভাগৰ গঠন হৈছে দুটি ভিন্ন বিভাগৰ দ্বাৰা :

১. খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা এফেয়াৰ সঞ্চালকালয়, অসম

২. আইনী মেট্ৰোলজি নিয়ন্ত্ৰক

খাদ্য যোগান আৰু উপভুক্তা এফেয়াৰ বিভাগৰ প্ৰধান কাম হৈছে বিভিন্ন আঁচনি তৈয়াৰ কৰা, আৰু এই আঁচনি সমূহ ৰূপায়ন কৰা আৰু লগতে ইয়াৰ সঞ্চালনৰ ওপৰত মলনোনিবেশ কৰা। এই আঁচনি সমূহে বিভাগৰ নিম্ন খাপৰ সংগঠন সমূহ নিৰ্মাণ কৰাত সহযোগিতা প্ৰদান কৰে।

খাদ্য যোগান আৰু উপভুক্তা এফেয়াৰ বিভাগত পদ খালী :

খাদ্য যোগান আৰু উপভুক্তা এফেয়াৰ বিভাগত (FCSCA) শেহতীয়া ভাৱে সভাপতি, সদস্যৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্রাৰ্থী সকলৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল।

পদৰ বিৱৰণ 

 প্ৰয়োজনীয় তথ্য

পদৰ নাম

সভাপতি, সদস্য

খালী পদ

১৬

অৱস্থান 

 অসম

বয়স 

অধিকতম বয়স ৬৫বছৰ

বাচনি প্ৰক্ৰিয়া

 সাক্ষ্যৎকাৰ

অন্তিম তাৰিখ 

০১ জানুৱাৰী ২০২২

ৱেবচাইট

fcsca.assam.gov.in

শিক্ষাগত অৰ্হতা সমূহ :

পদৰ নাম

শিক্ষাগত অর্হতা

সভাপতি

ডিগ্ৰী

 সদস্য

ইচ্ছুক প্ৰাৰ্থীৰ জিলা ন্যায়াদিশৰ অৰ্হতা থাকিব লাগিব

তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :

• অফিচিয়েল ৱেবচাইট fcsca.assam.gov.in লৈ যাওঁক

• FCSCA কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• সভাপতি, সদস্যৰ চাকৰিৰ অধিসূচনা আৰু অৰ্হতা পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল জমা কৰক আৰু অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক

• ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com