ত্ৰিপুৰা বিশ্ববিদ্যালয়ত ০২ প্ৰকল্প সহকাৰী আৰু কাৰিকৰী সহকাৰীৰ পদখালী
ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল

ত্ৰিপুৰা বিশ্ববিদ্যালয় অধিনিয়মৰ অন্তৰ্গত ১৯৮৭চনত স্থাপিত কৰা হৈছিল ত্ৰিপুৰা বিশ্ববিদ্যালয়। চন ২০০৭ত ত্ৰিপুৰা বিশ্ববিদ্যালয় অধিনিয়ম ২০০৬ৰঅন্তৰ্গত ত্ৰিপুৰা বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পদমৰ্য্যদা লৈ আপগ্ৰেড কৰা হয়।
ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ চাকৰিৰ অধিসূচনা :
ত্ৰিপুৰা বিশ্ববিদ্যালয়ত, উপযুক্ত প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰী আৰু কাৰিকৰী সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য | |
পদৰ নাম | প্ৰকল্প সহকাৰী ০১ | কাৰিকৰী সহকাৰী |
খালী পদৰ সংখ্যা | ০১টা | ০১টা |
বয়স | উল্লেখিত নাই | উল্লেখিত নাই |
দৰমহা | ৩১,০০০/- টকা, মাহিলী + ৮%HRA | ২০,০০০/- টকা, মাহিলী + ৮%HRA |
নিযুক্তিৰ স্থান | ত্ৰিপুৰা | |
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ | ১২/১১/২০২১ | |
আৱেদন প্ৰক্ৰিয়া | ৱাক ইন |
শিক্ষাগত অৰ্হতা :
ফাৰ্মাকিউটিকেল বিজ্ঞান বা ফাৰ্মাকিউটিক্স বিষয়ত প্ৰথম বিভাগত এম ফাৰ্ম
ৰসায়ন বিজ্ঞান বিভাগত বি ফাৰ্ম বা বি এছ চি
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ সহ ১২নৱেম্বৰ ২০২১তাৰিখে পুৱা ১১বজাৰ পৰা "বিভাগীয় মুখ্য ফাৰ্মাচীবিভাগ, ব্লক এ, প্ৰশাসনিক বিল্ডিং ১১, ত্ৰিপুৰা বিশ্ববিদ্যালয়, সূৰ্য্যমানিগড়, ৭৯৯০২২, ত্ৰিপুৰাত অনুষ্ঠিত হ'বলগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব