Begin typing your search above and press return to search.

পূৰবী ডায়েৰীত বিক্ৰী-বিপনন সহকাৰী নিযুক্তি

ইয়াৰ সবিশেষ তথ্য তলত পাব ।

পূৰবী ডায়েৰীত বিক্ৰী-বিপনন সহকাৰী  নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2021 10:48 AM GMT

পূৰবী ডায়েৰী, অসমে সহকাৰী-১ (বিক্ৰী আৰু বিপণন) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০৩টা।

দৰমহাঃ বছৰি ২.৪০ লাখ টকা।

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী।

অভিজ্ঞতাঃ এফ এম চি জি-খাদ্যজাত সামগ্ৰী উদ্যোগত ১ ৰ পৰা ৩ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৯-২০২১।

আবেদন ঃ https://www.purabi.org/hiring-page.php ৰ জৰিয়তে আবেদন জনাব পাৰে।

আবেদন জনোৱাৰ পদ্দতিঃ অনলাইন।

নিম্নোক্ত স্থানসমূহত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হবঃ

যোৰাটত ২০-০৯-২০২১ত, পুৱা ১২ বজাৰ পৰা দিনৰ ১২ বজালৈ । স্থানঃ মুক্তিযুঁজাৰু ভৱন, কে বি ৰোড, বিগ বাজাৰৰ ওচৰত। য়োৰহাট।

বঙাইগাঁৱত ২৩-০৯-২০২১ত পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ।

স্থানঃ হোটেল শিৱালী, ষ্টেচন ৰোড, বঙাইগাঁও, পিনঃ ৭৮৩৩৮০, অসম।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি