পূৰবী ডায়েৰীত কাৰ্যবাহীৰ প্ৰয়োজন

পূৰবী ডায়েৰীয়ে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছেঃ
পূৰবী ডায়েৰীত কাৰ্যবাহীৰ প্ৰয়োজন
Published on

পদৰ নামঃ কাৰ্যবাহী( Executive)

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ বাৰ্ষিক ৪,৯০,০০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ পহিলা জানুৱাৰীত ৩৫ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে ব্যতিক্ৰমী প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ উৰ্ধ-সীমাৰ ক্ষেত্ৰত ৫ বছৰ ৰেহাই দিয়া হ'ব পাৰে।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭.০৬.২০২০

সবিশেষ জানিবলৈ http://careers.nddb.coop/SitePages/Career-Opportunities-Jobs.aspx চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com