অসমৰ লোকনিৰ্মাণ বিভাগ( পথ)ৰ ক্ষেত্ৰ পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তি

অসমৰ লোকনিৰ্মাণ বিভাগ( পথ)-এ ক্ষেত্ৰ পৰীক্ষাগাৰ টেকনিচিয়ান ( চিভিল) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ লোকনিৰ্মাণ বিভাগ( পথ)ৰ ক্ষেত্ৰ পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তি
Published on

অসমৰ  লোকনিৰ্মাণ বিভাগৰ বিষয়েঃ 

অসমৰ লোক নিৰ্মাণ বিভাগ ( পি ডব্লিউ ডি) হৈছে অসম চৰকাৰৰ বিভাগসমূহৰ ভিতৰত অন্যতম পুৰণি তথা গুৰুত্বপূৰ্ণ বিভাগ। ব্ৰিটিছ শাসনৰ সময়ত ১৮৮০-ত এই বিভাগ স্থাপন কৰা হয়।  স্বাধীনতাৰ পাছত এই বিভাগৰ ভালেখিনি পৰিৱৰ্তন সাধন হয়। কাম সুষমভাবে সম্পন্ন কৰাত সহায় কৰিবলৈ পি ডব্লিউ ডিক দুটা ভাগত ক্ৰমে গড়কাপ্টানী পথ আৰু গড়কাপ্টানী গৃহ-এই দুটা বিভাগত বিভক্ত কৰা হয়। গড়কাপ্টানী পথ বিভাগৰ কাম হৈছে ৰাজ্যৰ ৰাজ্যিক পথ আন্তঃগাঁথনিৰ বিকাশ সাধন আৰু চোৱাচিতা কৰা। ইয়ে পথ, দলং, কালভাৰ্ট আদিৰ চোৱাচিতা কৰে। 

অসমৰ লোকনিৰ্মাণ বিভাগৰ নিযুক্তি-২০২২ঃ 

অসমৰ লোকনিৰ্মাণ বিভাগ( পথ)-এ ক্ষেত্ৰ পৰীক্ষাগাৰ টেকনিচিয়ান ( চিভিল) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ 

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

 ক্ষেত্ৰ পৰীক্ষাগাৰ টেকনিচিয়ান

পদৰ সংখ্যা

০২

দৰমহা

প্ৰতি মাহে ৩৫ হেজাৰ টকা। 

চাকৰিৰ স্থান

অসম। 

বয়সৰ সীমা

সৰ্বোচ্চ ৫০ বছৰ। 

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

বাছনি প্ৰক্ৰিয়া

-

অন্তিম তাৰিখ

০৩-ফেব্ৰুৱাৰী-২০২২

ৱেবছাইট-

শিক্ষাগত অৰ্হতা :

চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী বা ডিপ্লমা। 

অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com