নগাঁৱৰ ৰহা কলেজত সহকাৰী অধ্যাপক নিযুক্তি

নগাঁৱৰ ৰহা কলেজে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
নগাঁৱৰ ৰহা কলেজত সহকাৰী অধ্যাপক নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ দুটা। ইয়াৰে এটা অসমীয়াৰ আৰু আনটো ভূগোলৰ।

শিক্ষাগত অৰ্হতাঃ Govt. Office Memorandum No. AHE/407/2017/44, Dtd. 08/11/2018 অনুসৰি। NET/SLET/SET-বাধ্যতামূলক। অৱশ্যে পি এইচ ডি থকাসকলে NET/SLET/SET-ৰ পৰা ৰেহাই পাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com