ৰেল বিকাশ নিগম লিমিটেডত প্ৰৱন্ধকৰ প্ৰয়োজন

ৰেল বিকাশ নিগম লিমিটেডে প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰেল বিকাশ নিগম লিমিটেডত প্ৰৱন্ধকৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ০১ টা।

বয়সৰ সীমাঃ ৫৬ বছৰতকৈ তলত।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন।

নিযুক্তিৰ স্থানঃ কলকাতা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৭-২০২১।

দৰমহাঃ মাহিলী ৬০ হেজাৰ টকাৰ পৰা ২,২০,০০০টকা।

ৱেবছাইটঃ rvnl.org।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি টেক বা বি ই।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীয়ে ০৭ জুলাই, ২০২১ৰ ভিতৰত অনুমোদিত প্ৰ-পত্ৰত আনুসংগিক নথি-পত্ৰসহ amit.kumar3@rvnl.org.লৈ আবেদন প্ৰেৰণ কৰিব পাৰিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰৰ ভিত্তিত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com