ৰেল বিকাশ নিগম লিমিটেডত প্ৰৱন্ধকৰ প্ৰয়োজন

ৰেল বিকাশ নিগম লিমিটেডে প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰেল বিকাশ নিগম লিমিটেডত প্ৰৱন্ধকৰ প্ৰয়োজন
Published on

খালী পদৰ সংখ্যাঃ ০১ টা।

বয়সৰ সীমাঃ ৫৬ বছৰতকৈ তলত।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন।

নিযুক্তিৰ স্থানঃ কলকাতা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৭-২০২১।

দৰমহাঃ মাহিলী ৬০ হেজাৰ টকাৰ পৰা ২,২০,০০০টকা।

ৱেবছাইটঃ rvnl.org।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি টেক বা বি ই।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীয়ে ০৭ জুলাই, ২০২১ৰ ভিতৰত অনুমোদিত প্ৰ-পত্ৰত আনুসংগিক নথি-পত্ৰসহ amit.kumar3@rvnl.org.লৈ আবেদন প্ৰেৰণ কৰিব পাৰিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰৰ ভিত্তিত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com