Begin typing your search above and press return to search.
ৰেলটেল কৰ্পোৰেচনত মহা প্ৰৱন্ধকৰ পদ খালী
আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য চাব পাৰে:

ৰেলটেল কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে মহা প্ৰৱন্ধকৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম- মহা প্ৰৱন্ধক ।
খালী পদ-১ টা ।
নিযুক্তিৰ স্থান- সমগ্ৰ ভাৰতত ।
দৰমহা উল্লেখ কৰা হোৱা নাই।
আবেদনৰ অন্তিম তাৰিখ- ২১/১০/২০২১।
বয়স উল্লেখ কৰা হোৱা নাই ।
শিক্ষাগত অৰ্হতা-ৰেলটেল কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডত মহা প্ৰৱন্ধকৰ পদৰ বাবে আবেদন কৰিবলৈ ৰেলটেলৰ চৰকাৰী অধিসূচনা অনুসৰি কৰিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন কৰ্পোৰেট অফিচ/আৰচিআইএল, ইষ্ট কিডৱাই নগৰ, নতুন দিল্লীলৈ প্ৰেৰণ কৰিব লাগিব ।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
Next Story