ভাৰতীয় ৰে'লতেল নিগমত মহা প্ৰবন্ধকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ভাৰতীয় ৰে'লতেল নিগমত মহা প্ৰবন্ধকৰ পদখালী
Published on: 

ভাৰতীয় ৰে'লতেল নিগমত মহা প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : মহা প্ৰবন্ধক।

খালী পদৰ সংখ্যা : ০১টা

বয়স : ১৮ বছৰ

দৰমহা : দৰমহা + অনন্য খৰচ

পদৰ অৱস্থান : সমগ্ৰ ভাৰততে

ৱেবছাইট : https://www.railtelindia.com/

আবেদনৰ অন্তিম তাৰিখ : ২১/১০/২০২১।

অৰ্হতা :

• চিগ্নেল্লিং আৰু টেলিকম সম্বন্ধীয় কাম সমূহৰ দায়িত্বভাৰ গ্ৰহণ কৰিব পৰা হ'ব লাগিব।

• ট্ৰেইন সংঘৰ্ষ বৰ্জ্জন প্ৰণালী, S&T কামসমূহৰ পৰা পৃথক।

• চোৱাচিতা, পৰিকল্পনা কৰা আৰু ঠিকা ব্যৱস্থাপনা। ৰেলআলি, আৰু অন্য অনুষ্ঠানৰ সৈতে সমন্বয়।

• গ্ৰাহকৰ সৈতে সম্বন্ধ আৰু গুণমান কাম। বিভিন্ন সময়ত অনুমোদিত কৰা ভিন্ন কাম।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে নিজ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি - পত্ৰ সহ নিম্নোক্ত  ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : Corporate Office/RCIL, East Kidwai Nagar, New Delhi

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com