Begin typing your search above and press return to search.

ৰেইলটেল কৰ্পোৰেচনত উপ-প্ৰৱন্ধক, জ্যেষ্ঠ প্ৰৱন্ধকৰ ৯০ টা পদ খালী

ৰেইলটেল কৰ্পোৰেচনে উপ-প্ৰৱন্ধক আৰু জ্যেষ্ঠ প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰেইলটেল কৰ্পোৰেচনত উপ-প্ৰৱন্ধক, জ্যেষ্ঠ প্ৰৱন্ধকৰ ৯০ টা পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2022-01-18T18:56:04+05:30

ৰেইলটেল কৰ্পোৰেচনৰ বিষয়েঃ

ৰেইলটেইল হৈছে ভাৰতীয় ৰেলৱেৰ মালিকানাধীন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে ব্ৰডব্ৰেণ্ড আৰু ভি পি এন সেৱা যোগান ধৰে। ২০০০-ৰ বৰ্ষৰ ছেপ্টেম্বৰত ৰেইলটেল কৰ্পোৰেচন গঠন কৰা হয়। ইয়াৰ উদ্দেশ্যে আছিল দেশব্যাপি এক ব্ৰডব্ৰেণ্ড সেৱা যোগান ধৰা। কাৰণ দেশৰ ৰেল ব্যৱস্থা আধুনিকীকৰণ কৰাৰ লক্ষ্য লোৱা হৈছিল। এনেদৰে ৰেল নিয়ন্ত্ৰণ আধুনিকীকৰণ কৰিব বিচৰা হৈছিল। ৰেইলটেলৰ নেটৱৰ্ক দেশ সকলো বাণিজ্যিক কেন্দ্ৰক স্পৰ্শ কৰি ৫০০০ ষ্টেচনৰ মাজেৰে পাৰ হৈ গৈছে। বৰ্তমানে ভাৰতীয় ৰেলৱে টেলিকম বিভাগৰ নিৰ্ভৰশীল হৈছে।

চাৰ্কিটৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে ১৯৭০-ৰ দশকৰ আৰম্ভণিৰ পৰা অবাৰহেড টেলিফোন লাইন, কোৱাড কেবল আৰু মাইক্ৰোৱেভ ছিগনেল ব্যৱস্থা নিৰ্মাণ কৰিবলৈ লয় ৰেলৱেই. ১৯৮৩-ত ৰেলৱে সংস্কাৰ সমিতিয়ে অ এফ চি কেৱলৰ সংযোজন ঘটায়।

ৰেইলটেল কৰ্পোৰেচনত পদ খালীঃ

ৰেইলটেল কৰ্পোৰেচনে উপ-প্ৰৱন্ধক আৰু জ্যেষ্ঠ প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এইসমূহ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদি তথ্য তলত পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

উপ-প্ৰৱন্ধক, জ্যেষ্ঠ প্ৰৱন্ধক।

খালী পদ

৬৯ টা।

দৰমহা

৪০ হেজাৰৰ পৰা ১ লাখ ৮০ হেজাৰ টকা।

বয়সৰ সীমা

১০-০৩-২০২২-ত সৰ্বোচ্চ ৩৪ বছৰ।

চাকৰিৰ স্থান

ভাৰতৰ বিভিন্ন স্থানত।

আবেদন মাচুল

১,২০০ টকা। এছ-চি, এছ টি আৰু বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ ৬০০ টকা।

বাছনি প্ৰক্ৰিয়া

-

অন্তিম তাৰিখ

২৩ ফেব্ৰুৱাৰী, ২০২২

ৱেবছাইট

railtelindia.com

শিক্ষাগত অৰ্হতা:

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা চি এ / আই চি ডব্লিউ এ , বি এছ চি, এল এল বি, বি ই / বি টেক হব লাগিব।


আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলে অহা 23 ফেব্ৰুৱাৰীৰ ভিতৰত railtelindia.com জনাব পাৰিব।


আৰু চাব পাৰে :যাদৱপুৰ বিশ্ববিদ্যালয় নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো খালী পদ


Next Story