Begin typing your search above and press return to search.

ৰেইলটেল কৰ্পোৰেচনত ছিনিয়ৰ ছুপাৰভাইজৰৰ পদ খালী

ৰেইলটেল কৰ্পোৰেচনে ছিনিয়ৰ ছুপাৰভাইজৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰেইলটেল কৰ্পোৰেচনত ছিনিয়ৰ ছুপাৰভাইজৰৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2022-02-02T13:10:19+05:30

ৰেইলটেল কৰ্পোৰেচনৰ বিষয়েঃ


ৰেইলটেইল হৈছে ভাৰতীয় ৰেলৱেৰ মালিকানাধীন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে ব্ৰডব্ৰেণ্ড আৰু ভি পি এন সেৱা যোগান ধৰে। ২০০০-ৰ বৰ্ষৰ ছেপ্টেম্বৰত ৰেইলটেল কৰ্পোৰেচন গঠন কৰা হয়। ইয়াৰ উদ্দেশ্যে আছিল দেশব্যাপি এক ব্ৰডব্ৰেণ্ড সেৱা যোগান ধৰা। কাৰণ দেশৰ ৰেল ব্যৱস্থা আধুনিকীকৰণ কৰাৰ লক্ষ্য লোৱা হৈছিল। এনেদৰে ৰেল নিয়ন্ত্ৰণ আধুনিকীকৰণ কৰিব বিচৰা হৈছিল। ৰেইলটেলৰ নেটৱৰ্ক দেশ সকলো বাণিজ্যিক কেন্দ্ৰক স্পৰ্শ কৰি ৫০০০ ষ্টেচনৰ মাজেৰে পাৰ হৈ গৈছে। বৰ্তমানে ভাৰতীয় ৰেলৱে টেলিকম বিভাগৰ নিৰ্ভৰশীল হৈছে। চাৰ্কিটৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে ১৯৭০-ৰ দশকৰ আৰম্ভণিৰ পৰা অবাৰহেড টেলিফোন লাইন, কোৱাড কেবল আৰু মাইক্ৰোৱেভ ছিগনেল ব্যৱস্থা নিৰ্মাণ কৰিবলৈ লয় ৰেলৱেই. ১৯৮৩-ত ৰেলৱে সংস্কাৰ সমিতিয়ে অ এফ চি কেৱলৰ সংযোজন ঘটায়।


ৰেইলটেল কৰ্পোৰেচনত পদ খালীঃ

ৰেইলটেল কৰ্পোৰেচনে ছিনিয়ৰ ছুপাৰভাইজৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এইসমূহ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদি তথ্য তলত পাবঃ


এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

ছিনিয়ৰ ছুপাৰভাইজৰ।

পদৰ সংখ্যা

১ টা।

দৰমহা

মাহিলী ২৯,৩০০ টকাৰ পৰা ১, ০৫,০০০ টকা।

চাকৰিৰ স্থান

ছেকেণ্ডৰাবাদ (তেলেংগানা)।

বয়সৰ সীমা

০১-০১-২০২২-ত সৰ্বোচ্চ ৫৬ বছৰ।

অন্তিম তাৰিখ

১৫ ফেব্ৰুৱাৰী, ২০২২।

আবেদনৰ মাচুল

কোনো আবেদন মাচুল নাই।

শিক্ষাগত অৰ্হতাঃ

চৰকাৰী জাননী অনুসৰি।

আবেদনৰ নিয়মঃ

প্ৰথমে ৱেবছাইট railtelindia.com চাব।

তাৰ পাছতে চাকৰিৰ অধিসূচনাৰ কেৰিয়াৰ বা নিযুক্তি অপচন চাব।

এপ্ৰেণ্টিচ চাকৰিৰ অফিচিয়েল লিংক ডাউনলোড কৰিব।

আবেদন পূৰণৰ পূৰ্বে আবেদন গ্ৰহণৰ শেষ তাৰিখ চাব।

কোনো ভুল নোহোৱাকৈ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ১৫ ফেব্ৰুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰিব।


আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story