উত্তৰ-পূব সীমান্ত ৰেলৱেৰ পেৰা-মেডিকেল কৰ্মচাৰী নিযুক্তি
উত্তৰ-পূব সীমান্ত ৰেলৱে(এন এফ ৰেলৱে)ই পেৰা-মেডিকেল কৰ্মচাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ নাৰ্ছিং অধীক্ষক (পৰ্যায়-৭)
খালী পদৰ সংখ্যাঃ ২৪টা( সংৰক্ষিত আৰু অ-সংৰক্ষিত)
শিক্ষাগত অৰ্হতাঃ পঞ্জীয়নকৃত নাৰ্ছ আৰু মিডৱাইফৰ প্ৰমাণপত্ৰ থাকিব লাগিব। বি এছ চি নাৰ্ছিং বা ভাৰতীয় নাৰ্ছিং পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত পৰা জেনেৰেল নাৰ্চিং আৰু মিডৱাইপেৰীৰৰ তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব।
দৰমহাঃ ৪৯,৫০০টকা।
বয়সৰ সীমাঃ ২০ বছৰৰ পৰা ৩৮ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।
অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে spo.engg.mlg@gmail.comলৈ ১২-০৭-২০২০ৰ ১৭-৩০ বজাৰ পূৰ্বে শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰৰ কপিসহ আবেদন জনাব পাৰিব।
অহা ১৩ জুলাইৰ পুৱা ১০ বজাৰ পৰা ৱাটছএপত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হ'ব।
সবিশেষ জানিবলৈ https://nfr.indianrailways.gov.in/cris//uploads/files/1593868357063-Notification for ENGAGEMENT OF NURSING STAFF FOR COVID CARE CENTRE AT CENTRAL HOSPITAL.pdf চাওক।