Begin typing your search above and press return to search.

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত পদখালী

RaktimBy : Raktim

  |  25 Aug 2021 8:08 AM GMT

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ নিম্ন বৰ্গৰ সহায়ক আৰু কাৰিকৰী সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : নিম্ন বৰ্গৰ সহায়ক

খালী পদৰ সংখ্যা : ০১টা।

দৰমহা : ১৯,৯০০ - ৬৩,২০০ টকা ( মাহিলী)

বয়স : ১৮বছৰ

পদৰ নাম : কাৰিকৰী সহযোগী

খালী পদৰ সংখ্যা : ০১টা।

দৰমহা : ২৯,২০০ - ৯২,৩০০ টকা( মাহিলী)

বয়স : ২১বছৰ

নিযুক্তিৰ স্থান : যোৰহাট, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৮/২০২১

আবেদনৰ মাছুল : অন্য প্ৰাৰ্থীৰ বাবে ৩০০ টকা

শিক্ষাগত অৰ্হতা :

• নিম্ন বৰ্গৰ সহায়ক : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দাদ্বশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

• কাৰিকৰী সহযোগী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিম্নোক্ত কাৰ্যালয়লৈ অন্তিম তাৰিখ ৩০ আগষ্ট ২০২১ৰ আগত পঠাব পাৰিব।

ঠিকনা : সঞ্চালক, ৰেইন ফৰেষ্ট গৱেষণা প্ৰতিষ্ঠান , ডাক নম্বৰ ১২৬, যোৰহাট ৭৮৫০০১, অসম।

Next Story
চাকৰি