ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰোলিয়াম টেকনলজি নিযুক্তি ২০২০
পদৰ নাম - সহকাৰী
পদৰ সংখ্যা - ০৪
দৰমহা- ২১,৭০০ ৰ পৰা ৬৯,১০০ প্ৰতি মাহে
স্থান - শিৱসাগৰ, অসম ।
বয়স - ৩০ বছৰ
ঠিকনা - RGIPT, Energy Centre, Sivasagar, Assam
অন্তিম তাৰিখ - ৩০-০৬-২০২০
অধিক জানিবৰ বাবে : click here