Begin typing your search above and press return to search.

অধ্যক্ষ নিযুক্তিৰ বাবে ৰত্মপীঠ কলেজৰ আবেদন আহ্বান

অধ্যক্ষ নিযুক্তিৰ বাবে ৰত্মপীঠ কলেজৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2022 11:42 AM GMT

ৰত্নপীঠ কলেজৰ বিষয়েঃ

ধুবুৰীৰ চাপৰস্থিত ৰত্নপীঠ কলেজ হৈছে এখন চৰকাৰী কলা মহাবিদ্যালয়। এই কলেজৰ চৌহদক দেশৰ অন্যতম কলেজ চৌহদ আখ্যা দিয়া হয়। এই কলেজ এখন অ-আৱাসিক কলেজ। ৰত্নপীঠ কলেজে ১ টা অধ্যক্ষ পদত নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে.। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ ়

ৰত্নপীঠ কলেজৰ নিযুক্তি-২০২২ঃ

ৰত্নপীঠ কলেজে অধ্যক্ষ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে

পদৰ নাম

অধ্যক্ষ

খালী পদ

১ টা।

বয়সৰ সীমা

নিৰ্ধাৰিত নীতি অনুসৰি সৰ্বোচ্চ ৫৫ বছৰ।

দৰমহা

উল্লেখ নাই।

চাকৰিৰ স্থান

ধুবুৰী।

আবেদন মাচুল

৫,০০০টকা।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।

শিক্ষাগত অৰ্হতা:

ন্যূনতম ৫৫ শতংশ নম্বৰ বা পৰ্যায়ৰ গ্ৰেডিংসহ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব।

সংশ্লিষ্ট বিষয়ত পি এইচ ডি থাকিব লাগিব।

গৱেষণা পত্ৰ প্ৰকাশৰ প্ৰমাণ থাকিব লাগিব।

১৯৯১-ৰ ১৯ ছেপ্টেম্বৰৰ পূৰ্বে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ নকৰা পি এইচ ডি ধাৰীসকলে ৫ শতাংশ নম্বৰ ৰেহাই পাব পাৰে।


আবেদনৰ নিয়মঃ

President, Governing Body, Ratnapith College, Bahalpur, P.O. Chapar, District-Dhubri (Assam) Pin-783371-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে :গুৱাহাটী বায়োটেক পাৰ্ক নিযুক্তি ২০২২ – বিত্ত ব্যৱস্থাপকৰ খালী পদ



Next Story
চাকৰি