Begin typing your search above and press return to search.

ৰিজাৰ্ভ বেংকৰ মেডিকেল কনছালটেণ্ট নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংকে মেডিকেল কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰিজাৰ্ভ বেংকৰ মেডিকেল কনছালটেণ্ট নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2020 2:52 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ শ্ৰীনগৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

ঠিকনাঃ Address: Main Office Building Reserve Bank of India, Amir Manzil, 1-C, Rajbagh, Srinagar-190008।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হব। এই ক্ষেত্ৰত বেংকৰ সিদ্ধান্তই চূড়ান্ত হব। প্ৰয়োজনত প্ৰাৰ্থীৰ স্বাস্থ্য পৰীক্ষাও কৰা হব।

সবিশেষ জানিবলৈ https://opportunities.rbi.org.in/Scripts/bs_viewcontent.aspx?Id=3877চাওক।

আৰু চাব পাৰে ঃ কনিষ্টবল নিযুক্তিৰ বাবে আই টি বি পিৰ আবেদন আহ্বান

Next Story
চাকৰি