Begin typing your search above and press return to search.
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক মেডিকেল কনচালটেণ্টৰ প্ৰয়োজন
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই মেডিকেল কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ বেংক মেডিকেল কনছালটেণ্ট।
খালী পদৰ সংখ্যাঃ ০১টা।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম এম বি বি এছ ডিগ্ৰীধাৰী হব লাগিব আৰু এলোপেথিক চিকিত্সা ব্যৱস্থাত ভাৰতীয় চিকিত্সা পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হব লাগিব। জেনেৰেল মেডিচিনত স্নাতকোত্তৰ ডিগ্ৰী থকা প্ৰাৰ্থীয়েও আবেদন জনাব পাৰিব।
নিযুক্তিৰ স্থানঃ ভাৰতৰ য়িকোনো স্থানত।
দৰমহাঃ প্ৰতি ঘণ্টাত এহেজাৰ টকাকৈ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২১।
আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১৫ জুলাইৰ ১৭ বজাৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ "Principal, College of Agricultural Banking, Reserve Bank of India, University Road, Pune – 411016-লৈ প্ৰেৰণ কৰিব পাৰে।
Next Story