ভাৰতীয় ৰিজাৰ্ভ বেংকত, বেংকৰ চিকিৎসীয় পৰামৰ্শদাতাৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : Medical Consultant ।
খালী পদৰ সংখ্যা : ০১টা ।
নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে
দৰমহা : ১,০০০ চকা (প্ৰতি ঘণ্টাত)
অন্তিম তাৰিখ : ৫/১০/২০২১ ।
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান/বিশ্ববিদ্যালয়ৰ পৰা MBBS ডিগ্ৰীধাৰী হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
ঠিকনা :the Principal, College of Agricultural Banking, Reserve Bank of India, University Road, Pune – 411016 on or before 05-Oct-2021।