ভাৰতীয় ৰিজাৰ্ভ বেঙ্কত চিকিৎসা পৰামৰ্শদাতাৰ পদখালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ তথ্য চাব পাৰে। :
ভাৰতীয় ৰিজাৰ্ভ বেঙ্কত  চিকিৎসা পৰামৰ্শদাতাৰ পদখালী

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে  চিকিৎসা পৰামৰ্শদাতাৰ খালী পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম- বেঙ্কৰ চিকিৎসা পৰামৰ্শদাতা ।

খালী পদ-১ টা ।

 নিযুক্তিৰ স্থানঃ- সমগ্ৰ ভাৰতত ।

দৰমহা- ১০০০/- টকা (প্ৰতি ঘণ্টাত)।

আবেদনৰ অন্তিম তাৰিখ- ০৫/১০/২০২১।

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ কৰিব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে তেওঁলোকৰ আৱেদন নিৰ্ধাৰিত ফৰ্মেটত ই-মেইল আইডিলৈ প্ৰেৰণ কৰিব পাৰে, প্ৰিন্সিপাল, কলেজ অফ এগ্ৰিকালচাৰেল বেঙ্কিং, ৰিজাৰ্ভ বেঙ্ক অফ ইণ্ডিয়া, ইউনিভাৰ্চিটি ৰোড, পুনে – সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ৫ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে ৪১ ১০১৬ লৈ প্ৰেৰণ কৰিব লাগিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com