Begin typing your search above and press return to search.
আৰ ই চি পাৱাৰ ডিচট্ৰিবিউচন কম্পেনী লিমিটেড চাকৰিৰ নির্যুক্তি

আৰ ই চি পাৱাৰ ডিচট্ৰিবিউচন কম্পেনী লিমিটেড চাকৰিৰ নির্যুক্তি
১) পদৰ নাম: এচিছটেন্ট ইজ্ঞিনিয়াৰ
পদ খালী: ০৮
বয়স: ৩৫ বছৰ
শিক্ষাগত অর্হতা: বি.ই/ বি.টেক ৰ ইলেকট্ৰিকেল ইজ্ঞিনিয়াৰিং ৬০% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীর্ণ হোৱা হব লাগিব।
অর্হতা: ৩ বছৰৰ অর্হতা থাকিব লাগিব
দৰমহা: ৫৪,০০০
আবেদনৰ অন্তিম তাৰিখ: ২৭ মে' ২০২০
স্থান: নতুন দিল্লী
২) এচিছটেন্ট ফাইনেন্স এক্সিকিউটিভ
পদ খালী: ০১
বয়স: ৩৫ বছৰ
শিক্ষাগত অর্হতা: চার্টাৰর্ড একাউনটেন্ট আৰু কষ্ট একাউনটেন্ট এম.বি.এ ফাইনেন্স হব লাগিব
অর্হতা: ৩ বছৰৰ অর্হতা লাগিব
দৰমহা: ৫৪,০০০
আবেদনৰ অন্তিম তাৰিখ: ২৭ মে' ২০২০
স্থান: নতুন দিল্লী
আবেদন পদ্ধতি: অনলাইন যোগে কৰিব পাৰিব অফিচিয়েল ৱেবচাইড ত ২৭ মে' আগত ২০২০
অধিক জানিবৰ বাবে: click here
Next Story