Begin typing your search above and press return to search.

বিশ্ববিদ্যালয় অনুদান আয়োগৰ চাকৰিৰ আবেদন আহ্বান

বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউ জি চি)-এ জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বিশ্ববিদ্যালয় অনুদান আয়োগৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2020 7:33 AM GMT

খালী পদৰ সংখ্যাঃ ১১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী অথবা অৰ্থনীতি বা বাণিজ্য (পৰিসংখ্যা এটা বিষয়ৰূপে থাকিব লাগিব)ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

অভিজ্ঞতাঃ দুবছৰৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

সবিশেষ জানিবলৈ https://www.ugc.ac.in/pdfnews/4372320_SSA-Job-Advertisement.pdf চাওক।

Next Story
চাকৰি