Begin typing your search above and press return to search.

নিয়োগ আৰু মূল্যায়ন কেন্দ্ৰৰ আবেদন আহ্বান

নিয়োগ আৰু মূল্যায়ন কেন্দ্ৰ (আৰ এ চি)-ই বিজ্ঞানী(বি)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নিয়োগ আৰু মূল্যায়ন কেন্দ্ৰৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-14T18:19:37+05:30

খালী পদৰ সংখ্যাঃ ৩১১টা।

দৰমহাঃ মাহিলী ৮০হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

বয়সৰ সীমাঃ সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত সৰ্বোচ্চ ২৮বছৰ।সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

সবিশেষ জানিবলৈ https://rac.gov.in/download/advt_137_corrigendum.pdfচাওক।

Next Story