Begin typing your search above and press return to search.

মেঘালয় এ.আই. ডি.এছ.চি.এছ. নিয়োগ ২০২১ - ষ্টাফ নাৰ্ছৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

মেঘালয় এ.আই. ডি.এছ.চি.এছ. নিয়োগ ২০২১ - ষ্টাফ নাৰ্ছৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2021 7:16 AM GMT

মেঘালয় জিলাত ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ প্ৰথম অধ্যায় প্ৰাৰম্ভ কৰা হৈছিল ১৯৯৩ - ৯৪ চনত। ১৯৯৪চনৰ মাৰ্চ মাহৰ পৰা কাৰ্যসূচীক প্ৰকৃততে ৰূপায়ন কৰা হৈছিল। প্ৰথম অৱস্থাত এই কাৰ্যসূচী ৰাজ্যিক এইডছ কোষৰ দ্বাৰা ৰূপায়ন কৰা হৈছিল যদিও, বিভিন্ন কাৰণ হেতু এই কাৰ্যসূচী ৰূপায়নৰ বাবে ২০আগষ্ট ১৯৯৮ তাৰিখৰ এখনি নতুন সমাজ আন্তগাঠিত কৰা হৈছিল। আৰু সেই অনুসৰি ০১এপ্ৰিল ১৯৯৯তাৰিখৰ পৰা এই কাৰ্যসূচীৰ দ্বিতীয় অধ্যায় আৰম্ভ কৰা হৈছিল। আৰু এই কাৰ্যসূচীৰ তৃতীয় অধ্যায় ৰূপায়ন কৰা হৈছিল মেঘালয় এইডছ নিয়ন্ত্ৰণ সমাজৰ দ্বাৰা।

মেঘালয় এইডছ নিয়ন্ত্ৰণ সমাজত পদখালী :

মেঘালয় এইডছ নিয়ন্ত্ৰণ সমাজত, উপযুক্ত প্ৰাৰ্থী সকলক গীৰ্মিটিয়া ভাৱে, ষ্টাফ নাৰ্ছৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

ষ্টাফ নাৰ্ছ

খালী পদৰ সংখ্যা

০১টা

বয়স

২৭বছৰ (অনুসূচিত জনজাতি/ জাতিৰ বাবে ৫বছৰৰ ৰেহাই

দৰমহা

১৩,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান

এ. আৰ. টি. কেন্দ্ৰ নাগৰিক চিকিৎসালয়, তুৰা

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

০৫/১১/২০২১


শিক্ষাগত অৰ্হতা :

# বি.এছ.চি. নাৰ্ছিং নতুবা জি. এন. এম.

# পি. এল. এইছ. এ. তত্বাৱধানত অভিজ্ঞ সকলক প্ৰাধান্য দিয়া হ'ব।

# কম্পিউটাৰ জ্ঞান আৰু স্থানীয় ভাষাৰ জ্ঞান থকাটো বাধ্যতামূলক।

আবেদনৰ প্ৰক্ৰিয়া :

# এই পদত উপযুক্ত প্ৰাৰ্থী সকলে স্বাক্ষৰযুক্ত প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে নিৰ্ধাৰিত পাঠ্য ৰূপত নিজৰ আবেদন পত্ৰ দাখিল কৰিব পাৰিব।

# আবেদনৰ লগত এখন পাছপৰ্ট ফটো দিব লাগিব। আবেদন প্ৰেৰণৰ খামত নিজৰ স্বাক্ষৰ কৰিব আৰু লগতে ৫টকা মূল্যৰ এটি ডাক ষ্টাম্প লগাব লাগিব।

# সম্পূৰ্ণ আবেদন মেডিকেল অধীক্ষকৰ কাৰ্য্যালয়, নাগৰিক চিকিৎসালয় তুৰা, পশ্চিম গাৰো পাহাৰ, তুৰা লৈ অন্তিম তাৰিখ ১৫নৱেম্বৰ ২০২১ পূৰ্বে আহি পাব লাগিব।


বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

Next Story
চাকৰি