Begin typing your search above and press return to search.

আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত এছ আৰ এফ মকৰল

চৰ্ম ৰোগৰ আয়ুৰ্বেদ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানে এছ আৰ এফ নিয়োগৰ বাবে আবেদন বিচাৰিছে ৷

আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত এছ  আৰ এফ মকৰল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-18T19:54:35+05:30

খালী পদৰ সংখ্যাঃ তিনিটা ৷ ৷

দৰমহাঃ মাহিলী ৩৫হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি এ এম এছ ডিগ্ৰীধাৰী হ'ব লাগিব ৷ তদুপৰি কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান থাকিব লাগিব।

চাকৰিৰ স্থানঃ আহমেদাবাদ ৷

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫বছৰ ৷

সাক্ষাৎকাৰৰ তাৰিখঃ ২৩-০৯-২০২০৷

ঠিকনাঃ Block A & D, Second Floor Bahumali Bhavan, Manjushri Mill Compound, Nr.Girdharnagar overbridge, Asarwa, Ahmedabad - 380 004 (Gujarat).

ৱেবছাইটঃ wrnv.ccras.nic.in

এই প্ৰতিষ্ঠানৰ জাননীৰ বাবে ইয়াত ক্লিক কৰক ৷

আৰু চাব পাৰেঃ জি এন ডি জি বাণিজ্য কলেজত সহকাৰী অধ্যাপক নিযুক্তি

Next Story