আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত এছ আৰ এফ মকৰল

চৰ্ম ৰোগৰ আয়ুৰ্বেদ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানে এছ আৰ এফ নিয়োগৰ বাবে আবেদন বিচাৰিছে ৷
আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত এছ  আৰ এফ মকৰল

খালী পদৰ সংখ্যাঃ তিনিটা ৷ ৷

দৰমহাঃ মাহিলী ৩৫হেজাৰ টকা ৷

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি এ এম এছ ডিগ্ৰীধাৰী হ'ব লাগিব ৷ তদুপৰি কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান থাকিব লাগিব।

চাকৰিৰ স্থানঃ আহমেদাবাদ ৷

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫বছৰ ৷

সাক্ষাৎকাৰৰ তাৰিখঃ ২৩-০৯-২০২০৷

ঠিকনাঃ Block A & D, Second Floor Bahumali Bhavan, Manjushri Mill Compound, Nr.Girdharnagar overbridge, Asarwa, Ahmedabad - 380 004 (Gujarat).

ৱেবছাইটঃ wrnv.ccras.nic.in

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com