Begin typing your search above and press return to search.

গোৱালপাৰৰ জিলা স্বাস্থ্য সমাজত চাফাই কৰ্মী নিযুক্তি

গোৱালপাৰাৰ জিলা স্বাস্থ্য সমাজত চাফাই কৰ্মী (Cleaner) নিযুক্তি দিবলৈ লোৱা হৈছে ৷

গোৱালপাৰৰ জিলা স্বাস্থ্য সমাজত চাফাই কৰ্মী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2020 2:06 PM GMT


খালী পদৰ সংখ্যাঃ ৩৬টা ৷

বয়সৰ সীমাঃ অ-নিৰ্ধাৰিত ৷

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ ৷ প্ৰমাণপত্ৰ থাকিব লাগিব ৷ একেধৰণৰ হাস্পতালত কাম কৰাসকলে অগ্ৰাধিকাৰ পাব।

দৰমহাঃ মাহিলী ১৫হেজাৰ টকা ৷

কৰ্ম-অভিজ্ঞতাঃ নতুন সকলেও আবেদন জনাব পাৰিব ৷

নিযুক্তি প্ৰক্ৰিয়াঃ ১৩ জুন, ২০২০ৰ পুৱা ১১বজাত গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ৰ EVMগুদামৰ হলত মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতাকে ধৰি আনুসংগিক নথি-পত্ৰ আৰু শেহতীয়াকৈ তোলা একপি ফটো আনিব লাগিব ৷

Next Story
চাকৰি