Begin typing your search above and press return to search.

আই আই এমত প্ৰকল্প সহকাৰী/ প্ৰকল্প সহযোগীৰ পদখালী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, শেহতীয়া ভাৱে প্ৰকল্প সহকাৰী/ প্ৰকল্প সহযোগীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

আই আই এমত প্ৰকল্প সহকাৰী/ প্ৰকল্প সহযোগীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2021 7:36 AM GMT

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আইআইএম)ৰ বিষয়ে:


শ্বিলং ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট শ্বিলং (আইআইএম শ্বিলং বা আইআইএম-এছ), পূৰ্বতে ৰাজীৱ গান্ধী ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট শ্বিলং (আৰজিআইআইএম) হৈছে মেঘালয়ৰ শ্বিলং চহৰৰ এক ৰাজহুৱা, সম্পূৰ্ণ স্বায়ত্তশাসিত ব্যৱস্থাপনা প্ৰতিষ্ঠান। এইটো ভাৰতত স্থাপিত হোৱা সপ্তম ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আছিল।

আই আই এমত পদ খালী :


ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, শেহতীয়া ভাৱে প্ৰকল্প সহকাৰী/ প্ৰকল্প সহযোগীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ


ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত পদ খালী :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহকাৰী

প্ৰকল্প সহযোগী

খালী পদৰ সংখ্যা

০৩টা

০৩টা

দৰমহা

৪৫,০০০টকা, মাহিলী

৩৫,০০০টকা, মাহিলী

বয়স

৪০ বছৰ, আৱেদন দাখিলৰ অন্তিম তাৰিখ, ২৫/১১/২০২১ৰ মতে

অৱস্থান

তেজপুৰ, অসম

অন্তিম তাৰিখ

২৫/১১/২০২১

পদৰ অৱস্থান

শ্বিলং, মেঘালয়


আই আই এমৰ খালী পদৰ বাবে শিক্ষাগত অৰ্হতা :


পদৰ নাম

শিক্ষাগত অৰ্হতা

অভিজ্ঞতা

কৌশল

প্ৰকল্প সহকাৰী

মেনেজমেন্ট, অভিযান্ত্ৰিক আৰু সমাজ বিজ্ঞান বিষয়ত P. Hd

১বছৰীয়া প্ৰকল্প অভিজ্ঞতা আকাংক্ষিত

• ইংৰাজী আৰু হিন্দী বিষয়ত দক্ষতা (উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় ভাষাৰ দক্ষতা আকাংক্ষিত)

• কম্পিউটাৰ চফ্টৱেৰ আৰু অন্যন্য সামগ্ৰী সমূহত দক্ষতা

• এম এছ অফিচ আৰু গ্ৰন্থাৱলী software সমূহৰ দক্ষতা

• সুকীয়া লিখা আৰু বাৰ্তালাপৰ দক্ষতা, লগতে উপস্থাপন, প্ৰস্তাৱ আৰু দস্তাবেজত অৱদানৰ দক্ষতা

• ব্যক্তিগত ভাৱে আৰু দলত কাম কৰা দক্ষতা

• শক্তিশালী ব্যক্তিগত আৰু সাংগঠনিক কৌশল

• ফিল্ড ৱৰ্ক আৰু ভ্ৰমণৰ আগ্ৰহী হ'ব লাগিব

প্ৰকল্প সহযোগী

মেনেজমেন্ট, অভিযান্ত্ৰিক আৰু সমাজ বিজ্ঞান বিষয়ত পোষ্ট গ্ৰেজুৱেট

নৱাগত সমূহে আৱেদন কৰিব পাৰিব

• ইংৰাজী আৰু হিন্দী বিষয়ত দক্ষতা (উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় ভাষাৰ দক্ষতা আকাংক্ষিত)

• কম্পিউটাৰ চফ্টৱেৰ আৰু অন্যন্য সামগ্ৰী সমূহত দক্ষতা

• এম এছ অফিচ আৰু গ্ৰন্থাৱলী software সমূহৰ দক্ষতা

• ব্যক্তিগত ভাৱে আৰু দলত কাম কৰা দক্ষতা

• শক্তিশালী ব্যক্তিগত আৰু সাংগঠনিক কৌশল

• ফিল্ড ৱৰ্ক আৰু ভ্ৰমণৰ আগ্ৰহী হ'ব লাগিব


আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা আৰু লগতে প্ৰকল্প সহকাৰী/ প্ৰকল্প সহযোগীৰ পদৰ বাবে নিজৰ ইচ্ছা দৰ্শাই এখন পত্ৰ ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : apjcentre@iimshillong.ac.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

Next Story
চাকৰি