যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত পদখালী

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান(RFRI)-এ টেকনিচিয়ান(চোৱাচিতা)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত পদখালী
Published on: 

খালী পদৰ সংখ্যাঃ ০২টা।

দৰমহাঃ ১৯,৯০০টকাৰ পৰা ৬৩,২০০টকা।

বয়সৰ সীমাঃ ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-১০-২০২০।

আবেদনৰ নিয়মঃ Director, Rain Forest Research Institute, P. Box. No. 126, Jorhat-785001লৈ আবেদন জনাব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com