যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত পদখালী

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান(RFRI)-এ টেকনিচিয়ান(চোৱাচিতা)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত পদখালী

খালী পদৰ সংখ্যাঃ ০২টা।

দৰমহাঃ ১৯,৯০০টকাৰ পৰা ৬৩,২০০টকা।

বয়সৰ সীমাঃ ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-১০-২০২০।

আবেদনৰ নিয়মঃ Director, Rain Forest Research Institute, P. Box. No. 126, Jorhat-785001লৈ আবেদন জনাব পাৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com