Begin typing your search above and press return to search.

আঞ্চলিক বন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠানত পদখালী

আঞ্চলিক বন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠান (আৰ এফ আৰ আই)-এ নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আঞ্চলিক বন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠানত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-13T18:48:45+05:30

পদৰ নামঃ বনাঞ্চলিক বিষয়া।

খালীপদৰ সংখ্যাঃ এটা।

নিযুক্তিৰ স্থানঃ যোৰহাট।

নিযুক্তিঃ ডেপুটেচন ভিত্তিত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

সবিশেষ জানিবলৈ http://icfre.org/vacancy/vacancy362.pdf চাওক।

Next Story