Begin typing your search above and press return to search.

ৰাজীৱ গান্ধী পেট্ৰ'লিয়াম প্ৰতিষ্ঠানত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

শিৱসাগৰস্থিত ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্ৰ'লিয়াম টেকন'লজী (RGIPT) ত প্ৰকল্প সহকাৰী নিয়োগৰ বাবে আবেদন বিচৰা হৈছে।

ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰতিষ্ঠানত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-15T16:25:10+05:30

খালী পদৰ সংখ্যাঃ তিনিটা।

দৰমহাঃ মাহিলী ১৬ হেজাৰৰ পাৰ ৩১হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০.০৬.২০২০

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩২ বছৰ। অৱশ্যে এছ চি আৰু এছ টি প্ৰাৰ্থীয়ে উৰ্ধসীমাৰ ক্ষেত্ৰত পাঁচ বছৰ ৰেহাই পাব।

সবিশেষ জানিবলৈ https://www.rgipt.ac.in/en/page/project-assistants চাওক।

আৰু চাব পাৰেঃ তেজপুৰ বিশ্ববিদ্যালয়ত আই পি আৰ আসনৰ অধ্যাপক নিযুক্তি

Next Story