Begin typing your search above and press return to search.
RIMS Imphal ত মহামাৰী ৰোগ বিশেষজ্ঞৰ পদ খালী
ইয়াৰ সবিশেষ তথ্য তলত পাব।

ইম্ফলস্থিত আঞ্চলিক চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠানে জ্যেষ্ঠ আৰু কনিষ্ঠ মহামাৰী ৰোগ বিশেষজ্ঞ (Consultant Epidemiology) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইয়াৰ সবিশেষ তথ্য তলত পাব।
পদসমূহঃ
জ্যেষ্ঠ মহামাৰী ৰোগ বিশেষজ্ঞ (Senior Consultant Epidemiology)।
খালী পদৰ সংখ্যাঃ ০১টা।
শিক্ষাগত অৰ্হতাঃ এম বি বি এছ /বি ডি এছ/বি এ এম এছ/বি এইচ এম এছ হব লাগিব। তদুপৰি : কমিউনিটী মেডিচিন / এপিডেমোলজী / হেলথ কেয়াৰ মেনেজমেণ্ট ক্লিনিকেল ৰিচাৰ্ছৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।
কনিষ্ঠ মহামাৰী ৰোগ বিশেষজ্ঞ (Junior Consultant Epidemiology)
নিযুক্তিৰ স্থানঃ ইম্ফল, মণিপুৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬/০৯/২০২১।
দৰমহাঃ মাহিলী ১ লাখ টকাৰ পৰা ৭০ হেজাৰ টকা।
Next Story