ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ উত্তৰ-পূব ক্ষেত্ৰত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ উত্তৰ-পূব ক্ষেত্ৰত পদখালী

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)-ৰ অধীনৰ ডিব্আৰুগড়স্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, উত্তৰ-পূব ক্ষেত্ৰত প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা : ০১

বয়স : ৩০বছৰ

দৰমহা : ৩১,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : ডিব্ৰুগড়, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১২/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অণুজীৱ বিজ্ঞান, প্ৰাণী বিজ্ঞান, জৈৱ প্ৰযুক্তি, জৈৱ তথ্যবিজ্ঞান, জীৱ বিজ্ঞান বিষয়ত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ আৰু প্ৰয়োজনীয় নথিপত্ৰৰ (pdf ৰূপত) সৈতে উল্লেখিত মেইললৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : applicationvrdl@gmail.com

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com