চাকৰি
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই)-ত নিযুক্তি ২০২১, মাছেজৰ পদ খালী
আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে শেহতীয়াকৈ মাছেজৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব।
পদৰ নাম- মাছেজ ।
খালী পদ-২টা ।
অৱস্থান-ভাৰতত ।
দৰমহা-৩৪,০০০/- (মাহিলী)
আবেদনৰ অন্তিম তাৰিখ-১০/০৯/২০২১ ।
বয়স-৩৫ বছৰ ।
শিক্ষাগত অৰ্হতা-ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (এছ.এ.আই.) মাছেউজ পদৰ বাবে আবেদন কৰিবলৈ, প্ৰাৰ্থীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দশম উত্তীৰ্ণ হব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে তেওঁলোকৰ আবেদন নিৰ্ধাৰিত ফৰ্মেটত ই-মেইল আইডিলৈ প্ৰেৰণ কৰিব পাৰে । সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ১০ ছেপ্টেম্বৰ ২০২১ তাৰিখে বা তাৰ আগতে ncoelkorecruitment@gmail.com কৰিব পাৰে ।

