Begin typing your search above and press return to search.

সৈনিক স্কুল, বিজাপুৰত স্নাতক শিক্ষক (TGT)-ৰ পদখালী

সৈনিক স্কুল, বিজাপুৰে স্নাতক শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা তথ্য চাব পাৰে।

সৈনিক স্কুল, বিজাপুৰত স্নাতক শিক্ষক  (TGT)-ৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jan 2022 3:19 AM GMT

সৈনিক স্কুল, বিজাপুৰৰ বিষয়েঃ

সৈনিক স্কুল, বিজাপুৰে স্নাতক শিক্ষক (TGT) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা বিৱৰণ চাব পাৰে।


সৈনিক স্কুল, বিজাপুৰত নিযুক্তি ২০২২ঃ স্নাতক শিক্ষক নিযুক্তি


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

স্নাতক শিক্ষক ( টি জি টি)

খালী পদ

২ টা।

দৰমহা

মাহিলী ৪৪, ৯০০ টকাৰ পৰা ১, ৪২, ৪০০ টকা।

নিযুক্তিৰ স্থান

বিজাপুৰ (কৰ্ণাটক)।

আবেদনৰ মাছুল

৫০০ টকা। অনলাইনত প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা, ব্যৱহাৰিক পৰীক্ষা আৰু সাক্ষাতকাৰ।

বয়সক সীমা

১ জুন, ২০২২-ত ২১-ৰ পৰা ৩৫ বছৰ।

আবেদনৰ শেষ তাৰিখ

২২ জানুৱাৰী, ২০২২।

খালী পদৰ সংখ্যাঃ

স্নাতক শিক্ষক (বিজ্ঞান)ঃ ১ টা।

স্নাতক শিক্ষক (ইংৰাজী)ঃ ১ টা।


শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী থকাৰ লগতে বি এড আৰু কেন্দ্ৰীয় টেট থাকিব লাগিব।

অভিজ্ঞতাঃ

চি বি এছ ই-ৰ অনুমোদিত বিদ্যালয়ত বিশেষকৈ আৱাসিক বিদ্যালয়ত অন্ততঃ ২ বছৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰাৰ্থীৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।


আবেদন জনোৱাৰ প্ৰক্ৰিয়াঃ

• প্ৰথমে অফিচিয়েল ৱেবচাইট ssbj.in চাব।

• নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতাসমূহ পৰ্যবেক্ষণ কৰক

• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাবে আবেদন প্ৰ-পত্ৰ পূৰণ কৰক।

২২ জানুৱাৰী, ২০২২ ৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰক।



আৰু চাব পাৰে :IIEST নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো পদখালী


Next Story
চাকৰি