সমগ্ৰ শিক্ষা অভিযানত স্পেচিয়েল এডুকেটৰ নিযুক্তি
সমগ্ৰ শিক্ষা অভিযান (ছিকিম)-এ স্পেচিয়েল এডুকেটৰ নিযুক্তিৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে।

সমগ্ৰ শিক্ষা অভিযান (ছিকিম)ৰ বিষয়েঃ - সমগ্ৰ শিক্ষা অভিযান হৈছে শিক্ষাখণ্ডৰ সৈতে জড়িত এক কৰ্মসূচী। এই কৰ্মসূচীত প্ৰাক-স্কুল পৰ্যায়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সামৰি লোৱা হৈছে। সকলো শিশুক সম-শিক্ষা প্ৰদানৰ উদ্দেশ্য এই কৰ্মসূচী হাতত লোৱা হৈছে। সমগ্ৰ শিক্ষা অভিযানত সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু শিক্ষক শিক্ষণক সামৰি লোৱা হৈছে।
সমগ্ৰ শিক্ষা অভিযান (ছিকিম)-এ স্পেচিয়েল এডুকেটৰ নিযুক্তিৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
পদৰ নামঃ
স্পেচিয়েল এডুকেটৰ।
খালী পদৰ সংখ্যাঃ ২০টা।
বয়সৰ সীমাঃ ৪০ বছৰ।
নিযুক্তিৰ স্থানঃ গেংটক, ছিকিম।
সাক্ষাতকাৰৰ তাৰিখঃ ১০-১২-২০২১।
আবেদনৰ প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাতকাৰ।
শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে স্পেচিয়েল এডুকেচনৰ বি এড হব লাগিব। অথবা বি এড(সাধাৰণ)সহ স্পেচিয়েল এডুকেচনৰ ডিপ্লোমাধাৰী হব লাগিব।
সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।